Principle Desk

Principal Desk

গুণগত শিক্ষাৰে ছাত্র-ছাত্রীসকলৰ সৰ্বতোপ্ৰকাৰৰ ব্যক্তিত্ব বিকাশৰ লক্ষ্যেৰে টিংখাং মহাবিদ্যালয়খনিক এখনি আগশাৰীৰ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰি থকা হৈছে ।

এইখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়ি অহা সকলো ছাত্র-ছাত্রী আৰু লগতে অভিভাৱকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

টিংখাং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ

Minoti Hazarika

Tingkhong College

Principal i/c

Scroll to top